/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
-
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত অঘটন।
-
মহানগৰীৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছিল এগৰাকী মহিলা।
-
১২০নং গীতানগৰ হাইস্কুলৰ উত্তৰশাখা ভোটগ্ৰহণ কেন্দ্ৰত নাম আছিল মহিলাগৰাকীৰ।
-
ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰ্বাচনী বিষয়াই জনালে তেওঁৰ ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে বুলি।
-
এই কথাত আচৰিত হৈ পৰে মহিলাগৰাকী।
-
মালতী ডেকা নামৰ মহিলাগৰাকীয়ে সাব্যস্ত কৰা নাছিল ভোটাধিকাৰ।
-
তেওঁৰ হৈ আন কোনোবাই ভোটদান কৰা এই কাণ্ডক লৈ ভোটগ্ৰহণ কেন্দ্ৰটোত তীব্ৰ প্ৰতিক্ৰিয়া।
-
ঘটনাৰ গুৰুত্ব বুজি ভোটগ্ৰহণ কেন্দ্ৰটোৰ ভিতৰত বহুৱাই ৰাখিছে মহিলাগৰাকীক।
-
সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা ভোটগ্ৰহণ কেন্দ্ৰটোৰ নিৰ্বাচনী বিষয়াৰ।