গৌৰীপুৰত মালবাহী ৰে'লৰ খুন্দাত নিহত এগৰাকী বৃদ্ধা

বানিয়ামাৰী ষষ্ঠ খণ্ডত সংঘটিত হৈছে ৰে'ল দুৰ্ঘটনা। গৌৰীপুৰত মালবাহী ৰে'লৰ খুন্দাত নিহত বৃদ্ধা। নিহত বৃদ্ধা গৰাকীৰ নাম ৰেজীয়া খাতুন।

author-image
Asomiya Pratidin
New Update
fetuyfsdw
  • বানিয়ামাৰী ষষ্ঠ খণ্ডত সংঘটিত হৈছে ৰে'ল দুৰ্ঘটনা
  • গৌৰীপুৰত মালবাহী ৰে'লৰ খুন্দাত নিহত বৃদ্ধা
  • নিহত বৃদ্ধা গৰাকীৰ নাম ৰেজীয়া খাতুন
  • ৰেজীয়া খাতুনৰ বয়স আছিল ৮০ বছৰ
  • ঘটনাস্থলীত উপস্থিত ৰে'ল আৰক্ষীৰ দল
  • ৰে'ল আৰক্ষীক সহযোগ কৰিছে আটানী আৰক্ষীয়ে
  • ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃত্যুদেহটো
  • মৃত্যুদেহটো মৰণনোত্তৰ পৰীক্ষাৰ বাবে DMCH লৈ প্ৰেৰণ
  • ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত
উত্তৰ পূব সীমান্ত ৰে'লৱে ৰে'ল