New Update
/asomiyapratidin/media/media_files/2025/10/16/whatsapp-image-2025-10-16-19-56-48.jpeg)
- গৌৰীপুৰ বলতমাৰাত শোকাবহ পথ দুৰ্ঘটনা
- ১৭নং ৰাষ্ট্রীয় ঘাইপথত যাত্ৰীবাহী বাছৰ চেপাত থিতাতে নিহত এগৰাকী বৃদ্ধা
- নিহত বৃদ্ধাগৰাকী চাইৰ যোগীপাৰা গাঁৱৰ ছালেমা বেওয়া
- দুৰ্ঘটনা সংঘটিত কৰা বাছ খনৰ নম্বৰ AS-01-NC-6835
- দুৰ্ঘটনাৰ ফলত প্ৰায় আধাঘণ্টা ব্যাহত হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ চলাচল
- দুৰ্ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us