শক্তিপীঠ মা মহামায়া মন্দিৰত গৌৰৱ গগৈৰ পূজা-অৰ্চনা

সভাপতি গৰাকীয়ে ৰে'লযোগে পুৱা কোকৰাঝাৰত উপস্থিত হয়। ৰাজীৱ ভৱনত উষ্ম আদৰণি জনোৱাৰ পিছত পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া মন্দিতৰ উপস্থিতহৈ মা মহামায়াৰ চৰণত পূজা অৰ্চনা আগবঢ়াই ৰাইজৰ মঙ্গল কামনা কৰাৰ লগতে আশীষ গ্ৰহণ কৰি বাসবাৰীলৈ ৰাওনা হয়।

author-image
Asomiya Pratidin
New Update
dfsdfsdfsdf

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া মন্দিৰত উপস্থিত হয় নৱ নিযুক্ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।

সভাপতি গৰাকীয়ে ৰে'লযোগে পুৱা কোকৰাঝাৰত উপস্থিত হয়। দুপৰীয়া পৰ্বতঝোৰা ৰাজীৱ ভৱনত উষ্ম আদৰণি জনোৱাৰ পিছত পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া মন্দিতৰ উপস্থিতহৈ মা মহামায়াৰ চৰণত পূজা অৰ্চনা আগবঢ়াই ৰাইজৰ মঙ্গল কামনা কৰাৰ লগতে আশীষ গ্ৰহণ কৰি বাসবাৰীলৈ ৰাওনা হয়।

গৌৰৱ গগৈ পৰ্বতঝোৰা