যোৰহাটত পোষ্টেল ভোটগণনাত বহু ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ...

যোৰহাটত পোষ্টেল ভোটগণনাত বহু ভোটত আগবাঢ়ি আছে গৌৰৱ গগৈ...
  • যোৰহাটত আৰম্ভ পোষ্টেল বেলটৰ ভোটগণনা

  • যোৰহাট লোকসভা সমষ্টিত মুঠ পোষ্টেল বেলটৰ সংখ্যা  ১৬,৫৯৬

  • গৌৰৱ গগৈয়ে লাভ কৰিছে ৫৫৫টা ভোট আৰু তপন গগৈয়ে লাভ কৰিছে ৪৫টা ভোট।

  • পোষ্টেল বেলটৰ ভোটগণনাত এই মূৰ্হূতলৈকে আগবাঢ়ি আছে গৌৰৱ গগৈ।

  • উল্লেখ কৰা প্ৰয়োজন যে, সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰিছে মুঠ ৪ জন প্ৰাৰ্থীয়ে। উপৰোক্ত দুই প্ৰাৰ্থীৰ উপৰিও আন দুই প্ৰাৰ্থী ক্ৰমে একাম সনাতন ভাৰত দলৰ পৰা অৰুণ চন্দ্ৰ সন্দিকৈ আৰু নিৰ্দলীয়া ভাৱে ৰাজকুমাৰ দুৱৰা।

  • সমষ্টিটোত মুঠ ভোটাৰ ১৭,১৮,২৭২ গৰাকী । ইয়াৰে ৮,৪৬,৭৫৪ গৰাকী পুৰুষ আৰু ৮,৭১,৫১৬ গৰাকী মহিলা ভোটাৰ।

  • তৃতীয় লিংগৰ ভোটাৰ আছে ২ জন।

  • সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টি সমূহ ক্ৰমে- সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা মাজুলী, টীয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in