গৌৰৱ গগৈ গ' বেক, পাকিস্তানী এজেণ্ট হায় হায় ধ্বনিৰে উত্তাল নগাঁও

গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত বিজেপি দলৰ। নগাঁও চহৰতো বিজেপিৰ উত্তাল প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
70
  • গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত বিজেপি দলৰ।
  • নগাঁও চহৰতো বিজেপিৰ উত্তাল প্ৰতিবাদ।
  • নগাঁৱত ৰহা বিধায়ক শশীকান্ত দাসৰ মুখতোগৌৰৱ গগৈ হায় হায় ধ্বনি।
  • গৌৰৱ গগৈ গ' বেক, পাকিস্তানী এজেণ্ট হায় হায় ধ্বনিৰে উত্তাল নগাঁও চহৰ।
  • নগাঁও নেহেৰুবালিৰ পৰা আৰম্ভ কৰা প্ৰতিবাদত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু ৰহা বিধায়ক শশীকান্ত দাস অংশগ্ৰহণ।
নেহৰুবালি