/asomiyapratidin/media/media_files/2025/06/24/fdffsdfd-2025-06-24-15-21-34.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অম্বুবাচী মেলা উপলক্ষে বুধবাৰে পুৱাই দলীয় সতীৰ্থসহ নীলাচল পাহাৰলৈ গৈ শক্তিপীঠ কামাখ্য ধামলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰস বিতৰণ কৰাৰ লগতে সকলোৰে মংগল কামনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/24/whatsapp-image-2025-2025-06-24-15-20-32.jpeg)
প্ৰদেশ কংগ্ৰেছৰ সাহায্য আৰু পুনৰ সংস্থাপন কোষৰ উদ্যোগত এইদৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰস বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/06/24/whatsapp-image-2025-06-24-15-20-50.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us