অসম সন্তান গৌৰাঙ্গলাল দাসক দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰূপে নিযুক্তি

দেশৰ জ্যেষ্ঠ কুটনীতিক অসম সন্তান গৌৰাংগলাল দাসক নতুন দায়িত্ব। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰূপে নিযুক্তি গৌৰাংগলাল দাসক। বুধবাৰে বিদেশ মন্ত্ৰালয়ে কৰিলে এই ঘোষণা।

author-image
Asomiya Pratidin
New Update
VDDDDD
  • দেশৰ জ্যেষ্ঠ কুটনীতিক অসম সন্তান গৌৰাংগলাল দাসক নতুন দায়িত্ব
  • দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰূপে নিযুক্তি গৌৰাংগলাল দাসক
  • বুধবাৰে বিদেশ মন্ত্ৰালয়ে কৰিলে এই ঘোষণা
  • গৌৰাংগলাল দাস ১৯৯৯ চনৰ ভাৰতৰ বিদেশ সেৱাৰ বিষয়া
  • সম্প্ৰতি বিদেশ মন্ত্ৰালয়ত যুটীয়া সচিবৰূপে কৰ্মৰত গৌৰাংগলাল দাস
  • অচিৰেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতৰ দায়িত্ব গ্ৰহণ কৰিব বিষয়াগৰাকীয়ে

ৰাষ্ট্ৰদূত