/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/587f6816-ef58-49b6-9119-9d3c86410515/gu.jpg)
gauhati university
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত প্ৰসংগ।
নিৰ্বাচনত ন্যায়ালয়ৰ স্থগিতাদেশ।
সাংস্কৃতিক সম্পাদক, ছাত্র জিৰণি কোঠাৰ সম্পাদক পদৰ নিৰ্বাচনত স্থগিতাদেশ।
কামৰূপ জিলা মুনছিফ আদালতে দিলে স্থগিতাদেশৰ নিৰ্দেশ।
১৯ অক্টোবৰত আছিল নিৰ্বাচনৰ দিন।
শ্রেণীকোঠাত ৭৫% উপস্থিত নাথাকিলে অৱতীৰ্ণ হ’ব নোৱাৰে নিৰ্বাচনত।
দুয়োটা পদতে নিৰ্বাচন খেলা প্রাৰ্থী দুগৰাকীৰ ৭৫%তকৈ উপস্থিতি কম।