/asomiyapratidin/media/media_files/2024/12/11/13XmZdWp3aSaB7xT7OnP.jpg)
• অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি
• গড়ভঙা অভয়াৰণ্যৰ মাজেৰে ৰে’লআলি স্থাপন কৰাৰ সিদ্ধান্ত সন্দৰ্ভ এই জাননী জাৰি কৰে।
• পি আই এলৰ শুনানিৰ পাছতে বুধবাৰে এই জাননী জাৰি কৰে ন্যায়ালয়ে।
• এই জাননীত গড়ভঙা অভয়াৰণ্যৰ অধিসূচনা বাতিল কৰাৰ প্ৰসংগও উল্লেখ আছে।