দুৰ্ঘটনাত পতিত ডিজাইনাৰ তথা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
আৰ জি বৰুৱা ৰোডৰ সুন্দৰপুৰত দুৰ্ঘটনাত পতিত গৰিমা শইকীয়াৰ বাহন।
গৰিমাৰ বাহনত পিছফালৰ খুন্দিয়ালে এখন ডিজায়াৰ বাহনে।
ডিজায়াৰখনক পিছফালৰ পৰা খুন্দিয়াইছিল আন এখন আই-২০ বাহনে।
কাহিলীপাৰাৰ পৰা চানমাৰি অভিমুখী আছিল গৰিমা শইকীয়া গাৰ্গ।
দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক।
দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চম্ভালি লয় সমগ্ৰ পৰিস্থিতি।
কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল গৰিমা শইকীয়া গাৰ্গৰ বাহন...
কেনেকৈ দুৰ্ঘটনাত পতিত হ'ল গৰিমা শইকীয়া গাৰ্গৰ বাহন...
New Update