মহানগৰীৰ আহোমগাঁৱৰ পীয়াৰলেছ হাস্পতালত ভৰ্তি গৰিমা শইকীয়া গাৰ্গক

বিবাহবার্ষিকীৰ দিনাই পুনৰ অসুস্থ গৰিমা গার্গ। মহানগৰীৰ আহোমগাঁৱৰ পীয়াৰলেছ হাস্পতালত ভৰ্তি গৰিমাক।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-04 at 3.12.26 PM
  • বিবাহবার্ষিকীৰ দিনাই পুনৰ অসুস্থ গৰিমা গার্গ
  • মহানগৰীৰ আহোমগাঁৱৰ পীয়াৰলেছ হাস্পতালত ভৰ্তি গৰিমাক
  • আজি আছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী
  • মাতৃ নিবাস বৃদ্ধাশ্রমত থকা বৃদ্ধাসকলৰ বাবে বিনামুলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছিল গৰিমাই
  • এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল গৰিমা শইকীয়া গাৰ্গ
  • অনুষ্ঠানতে কিছু অসুস্থ অনুভৱ কৰে গৰিমা শইকীয়া গাৰ্গে
  • তাৰ পাছতে ততাতৈয়াকৈ গৰিমাক ভৰ্তি কৰোৱা হয় হাস্পতালত
গৰিমা শইকীয়া গাৰ্গ