/asomiyapratidin/media/media_files/2025/12/01/1-2025-12-01-10-18-52.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উদাস হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। সামাজিক মাধ্যমত গৰিমাই বিভিন্ন সময়ত তেওঁৰ মনৰ কথা আৰু অৱস্থা প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ জুবিন গাৰ্গৰ সৈতে এখন ফ'টো শ্বেয়াৰ কৰি জুবিনৰ পত্নী গৰিমা গাৰ্গে লিখিছে মনৰ কথা।
য'ত তেওঁৰ চাৰিওফালে শূন্যতা বুলি উল্লেখ কৰি জুবিনৰ সৈতে একাত্ম হোৱাৰ পথ প্ৰাৰ্থনা বুলি উল্লেখ কৰিছে। গৰিমাই লিখিছে- সকলোফালে মাথো এক বিশাল শূণ্যতা/ অনিশ্চয়তাৰ ধূসৰ পৃথিৱী/ তুমি মই একাত্ম হোৱাৰ পথ- এতিয়া সেইয়াই মাথো প্ৰাৰ্থনা, সেইয়াই মোৰ সন্ধান...
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/5-2025-12-01-10-19-11.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us