New Update
/asomiyapratidin/media/media_files/2025/01/11/3ihiOx8DNDlXpvIfI5lr.jpg)
- লামডিং ৰেলৱে জংচনত আৰ পি এফ আৰু চি আই বি দলৰ অভিযান
- অভিযানত ১৫৬৬৬ নম্বৰৰ নামনিমুৱা মৰিয়নি-গুৱাহাটী বিজি এস্কপ্ৰেছত ভাং জব্দ
- অভিযানত ৩১ কেজি নিষিদ্ধ ভাং জব্দ
- ভাং সৰবৰাহৰ লগত জৰিতৰ সন্দেহত আটক হোৱা নাই কোনো লোক
- ভাংখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰাৰ সন্দেহ আৰিপিএফৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us