নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত ভাং সহ আটক এজন...

নামনিমুৱা ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্ৰেছত অভিযান লামডিং ৰেল আৰক্ষী আৰু চিআইবিৰ। অভিযানত ৬ কেজি ভাংসহ উত্তৰ প্ৰদেশৰ এজন সৰবৰাহকাৰীক আটক। আটক কৰা ব্যক্তিজন উত্তৰ প্ৰদেশৰ প্ৰমোদ কুমাৰ।

author-image
Asomiya Pratidin
New Update
1
  • ভাৰতীয় ৰেলত নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা।
  • পুনৰ আজি লামডিঙ ৰেল জংচনত ভাং সহ এজনক আটক।
  • নামনিমুৱা ১৩১৭৪ কাঞ্চনজংঘা এক্সপ্ৰেছত অভিযান লামডিং ৰেল আৰক্ষী আৰু চিআইবিৰ।
  • অভিযানত ৬ কেজি ভাং সহ উত্তৰ প্ৰদেশৰ এজন সৰবৰাহকাৰীক আটক।
  • আটক কৰা ব্যক্তিজন উত্তৰ প্ৰদেশৰ প্ৰমোদ কুমাৰ।
লামডিং