/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ba7c3ceb-e2fc-4272-9083-46c969e37799/download.jpg)
-
মঙলবাৰে মহানগৰীত সৃষ্টি হৈছিল চাঞ্চল্য পৰিস্থিতিৰ।
-
জু-ৰোডৰ সুন্দৰপুৰৰ পদপথত এটা ছুটকেছক লৈ হৈছিল বোমাতংক।
-
আৰক্ষীয়ে অঞ্চলটোত গঢ়ি তুলিছিল কটকটীয়া নিৰাপত্তা বেষ্টনী।
-
নিশা ঘটনাস্থলীত উপস্থিত হৈছিল বোম স্কোৱাদ, ডগছ স্কোৱাদ।
-
সুন্দৰপুৰত উদ্ধাৰ হোৱা চুটকেছটোত উদ্ধাৰ চাৰিটা গাঞ্জাভৰ্তি পেকেট।
-
উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ ওজন ৬ কিলোগ্রাম।
-
চুটকেছটোত বোমা থকাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে।