গুদামঘাটত বৃহৎ পৰিমাণৰ ভাং জব্দ

জামুগুৰিহাটৰ চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আটক কৰে ভাং সহ এজন সৰবৰাহকাৰীক। গুদামঘাটৰ পৰা ৰাবোল ইছলাম নামৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

author-image
Asomiya Pratidin
New Update
dgdgd

ডিজিটেল সংবাদ,জামুগুৰিহাট:  শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ ভাং জব্দ আৰক্ষীৰ। চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আটক কৰে ভাং সহ এজন সৰবৰাহকাৰীক। গুদামঘাটৰ পৰা ৰাবোল ইছলাম নামৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

Advertisment

ৰাবুল ইছলামৰ বাসগৃহত চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ ভাং খিনি ৷ জব্দকৃত ভাং খিনিৰ মূল্য প্ৰায় ৩ লাখ ৫০ হাজাৰ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

 

জামুগুৰি