New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c10881f7-82ba-42e8-86fa-48f78665d8ab/pic_eimuhurtor_khobor_copy.jpg)
agrani khabar
মহানগৰীত পুনৰ জব্দ গাঞ্জা।
মহানগৰীৰ লালগণেশত ফটাশিল আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত জব্দ ২৫ কেজি গাঞ্জা।
আৰক্ষীয়ে গাঞ্জাসৰবৰাহীৰ পৰা জব্দ কৰিছে লাখৰো অধিক টকা।
গাঞ্জা সৰবৰাহৰ লগত জড়িত থকা জীৱন্তী ডেকা নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us