গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত দুজনক গ্ৰেপ্তাৰ...

গণেশপাৰাত সংঘটিত ডকাইতি সন্দৰ্ভত DCP নোমল মাহাত্তাৰ সংবাদমেল। গুৱাহাটীৰ ফটাশিল আমবাৰী আৰক্ষী থানাত এই সংবাদমেল সম্বোধন DCPৰ। বৰপেটা জিলাৰ ভেল্লাৰ পৰা ৪জন ব্যক্তিক আটক কৰা হয়।

author-image
Asomiya Pratidin
New Update
LKSDJFKDJFJJDKJDKFJJDFJ
  • গণেশপাৰাত সংঘটিত ডকাইতি সন্দৰ্ভত DCP নোমল মাহাত্তাৰ সংবাদমেল।
  • গুৱাহাটীৰ ফটাশিল আমবাৰী আৰক্ষী থানাত এই সংবাদমেল সম্বোধন DCPৰ।
  • বৰপেটা জিলাৰ ভেল্লাৰ পৰা ৪জন ব্যক্তিক আটক কৰা হৈছিল।
  • গণেশপাৰাত সংঘটিত ডকাইতি কাণ্ডৰে জড়িত দুজনক গ্রেপ্তাৰ কৰা হৈছে।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জেহৰুল হক আৰু ৰাতুল মালিক নামৰ দুজনক।
  • বৰ্তমানেও আন ৪জন পলাতক অৱস্থাত আছে বুলি জনায় DCP নোমল মাহাত্তাই।
  • এই ঘটনাৰে জড়িত আছিল সৰ্বমুঠ ৬জনকৈ লোক।
  • আৰক্ষীয়ে এটা এয়াৰ গানো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
অসম আৰক্ষী