Advertisment

গণেশগুৰিত ফুলৰ ব্যৱসায়িক ছুৰিকাঘাত

লগে লগে আহত ভূপেন বৰ্মনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাতললৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনা সংঘটিত কৰা লোকজন নাম সৰু বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ভেলেন্টাইন দে'ৰ দিনাই মহানগৰীত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। গণেশগুৰিৰ এজন ফুলৰ ব্যৱসায়ীক আক্ৰমণ কৰে এজন অন্য ব্যৱসায়ীয়ে। ছুৰীৰে আক্ৰমণ কৰা ফলত গুৰুতৰভাৱে আহত হয় ভূপেন বৰ্মন নামৰ ফুলৰ বেপাৰীজন।

Advertisment

লগে লগে আহত ভূপেন বৰ্মনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাতললৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনা সংঘটিত কৰা লোকজন নাম সৰু বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

উল্লেখ্যযোগ্য যে, ব্যৱসায়িক কাৰণত ঘটনা সংঘটিত হোৱা বুলি জানিব দিয়ে প্ৰত্যক্ষদৰ্শীয়ে।

গণেশগুৰি