পশ্চিম কাৰ্বিআংলঙৰ পৰিস্থিতিৰ অধিক অৱনতি : আন কেইবা স্থানতো অগ্নি সংযোগৰ খবৰ....

আন কেইবা ঠাইতো অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে। কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৱন কুমাৰৰ বাসগৃহ লণ্ড-ভণ্ড প্ৰতিবাদকাৰীৰ।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • খেৰণিৰ পৰিৱেশ অধিক অৱনতি ঘটাৰ খবৰ।
  • আন কেইবা ঠাইতো অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে।
  • কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পৱন কুমাৰৰ বাসগৃহ লণ্ড-ভণ্ড প্ৰতিবাদকাৰীৰ।
  • পথৰ ওপৰতো অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছে।
  • দিনৰ ভাগত প্ৰতিবাদকাৰীয়ে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাংৰ বাসগৃহত অগ্নিসংযোগ কৰিছিল।
কাৰ্বি আংলং