New Update
/asomiyapratidin/media/media_files/2025/10/30/84-2025-10-30-20-36-06.jpg)
- পৰ্বতঝোৰাত বন্যহস্তীৰ মুক্ত বিচৰণ।
- খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ।
- মহামায়া -টিপকাই সংযোগী পথৰ আলুপাৰাত প্ৰায় দুই ঘণ্টা অৱস্থান বন্যহস্তীৰ।
- পথটোৰ যাতায়ত দুই ঘণ্টা ধৰি ব্যাহতহৈ পৰে।
- পথচাৰীয়ে বন্যহস্তীটোক যোগান ধৰে ফল -মূল আৰু খাদ্য সামগ্ৰী।
- খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীয়ে বন্যহস্তীক বনাঞ্চললৈ প্ৰেৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us