New Update
/asomiyapratidin/media/media_files/2026/03/07/248-2026-03-07-16-00-22.jpg)
- ডিমৰীয়াত তিৱা ছাত্ৰ সন্থা আৰু গ্ৰীণ ট্ৰেন্সফৰ্মৰ উদ্যোগত বিনামূলীয়া ফিজিঅ’থেৰাপি পৰামৰ্শ শিবিৰ সম্পন্ন।
- একেদৰে তেওঁলোকৰ স্বাস্থ্যৰ সঠিক মূল্যায়ন কৰা হয়।
- ইয়াৰ উপৰিও খেলুৱৈসকলৰ বাবে ক্ৰীড়া আঘাতৰ পৰামৰ্শ আৰু শিশুসকলৰ ক্ষেত্ৰত দেখা দিয়া স্নায়ুৰ বিকাশজনিত সমস্যা তথা অটিজিমৰ সন্দৰ্ভতো বিশেষজ্ঞই গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে।
- এই শিবিৰটোত অঞ্চলৰ শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us