New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
ei muhurtar khabar
মহানগৰীৰ সাতগাঁৱত গজৰাজৰ মুক্ত বিচৰণ।
আমছিং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছে হাতীটো।
আৰ্মী স্কুল চৌহদৰ ভিতৰত মুক্ত বিচৰণ বন্যহস্তীটোৰ।
খাদ্যৰ সন্ধানত প্রায়ে বন্যহস্তীৰ মুক্ত বিচৰণ হয় নাৰেংগী, সাতগাঁও অঞ্চলত।
অৱশ্যে বন বিভাগৰ উপস্থিতিত পুনৰ অভয়াৰণ্যলৈ ওভতাই পঠিয়াবলৈ সক্ষম হৈছে হাতীটো।