ডিজিটেল সংবাদঃ বৰপেটা কেন্সাৰ চেণ্টাৰ আৰু ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেম’ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত তথা স্বেচ্ছাসেৱী অনুষ্ঠান ৰিডম অব্ লাইফ, বৰমাৰ সহযোগত বৰমাত আয়োজন কৰা হৈছে বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰৰ ।
বি.কে. ভাণ্ডাৰী প্ৰাথমিক বিদ্যালয়ত (বৰমা আশ্রম) অহা ২২ ডিচেম্বৰত অনুষ্ঠিত কৰা হ'ব বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰৰ । উল্লেখযোগ্য যে পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব এই বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰ ।
স্বাস্থ্য সজাগতা শিৱিৰত স্থানীয় লোকৰ অংশগ্ৰহণ কামনা কৰিছে উদ্যোক্তাসকলে ।