গুৱাহাটী লাচিত সংঘৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিৱিৰৰ আয়োজন

গুৱাহাটী লাচিত সংঘৰ উদ্যোগত আয়োজন কৰা হৈছে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ। অহা ২২ জুন, দেওবাৰে নতুন শৰণীয়াৰ মামনি ৰয়চম গোস্বামী পথত থকা লাচিত সংঘৰ প্ৰাংগণত আয়োজন কৰা হৈছে এই শিৱিৰৰ।

author-image
Asomiya Pratidin
New Update
বিনামূলীয়া চকু পৰীক্ষা শিৱিৰৰ আয়োজন

বিনামূলীয়া চকু পৰীক্ষা শিৱিৰৰ আয়োজন

ডিজিটেল ডেস্কঃ গুৱাহাটী লাচিত সংঘৰ উদ্যোগত আয়োজন কৰা হৈছে বিনামূলীয়া চকু পৰীক্ষা শিৱিৰ। অহা ২২ জুন, দেওবাৰে নতুন শৰণীয়াৰ মামনি ৰয়চম গোস্বামী পথত থকা লাচিত সংঘৰ প্ৰাংগণত আয়োজন কৰা হৈছে এই শিৱিৰৰ।

এএছজি আই হাস্পতালৰ সহযোগত ২২ জুনত দিনৰ দিনা ১০ বজাৰ পৰা ২.৩০ বজালৈ এই শিৱিৰৰ অনুষ্ঠিত হব। সবিশেষ জানিবৰ বাবে ৯৯৫৪৪৮২৫৪৮ নম্বৰত যোগাযোগৰ আহ্বান জনাইছে উদ্যোক্তাই। 

গুৱাহাটী