বৰমা এবছুৰ প্ৰাক্তন কৰ্মী-বুদ্ধিজীৱিৰ মত বিনিময় অনুষ্ঠান…

সভাখন পৰিচালনা কৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্যামল বসুমতাৰীয়ে । অঞ্চলৰ শতাধিক বুদ্ধিজীৱি আৰু প্ৰাক্তন এবছু কৰ্মী উপস্থিত থকা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহন্ত বড়োই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বৰমাঃ বাক্সা জিলাৰ অন্তৰ্গত বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাই দেওবাৰে গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি বৰমা অঞ্চলৰ বুদ্ধিজীৱি আৰু প্ৰাক্তন এবছু কৰ্মী সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। 

সভাখন পৰিচালনা কৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি শ্যামল বসুমতাৰীয়ে । অঞ্চলৰ শতাধিক বুদ্ধিজীৱি আৰু প্ৰাক্তন এবছু কৰ্মী উপস্থিত থকা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহন্ত বড়োই । সভাখনত কণিষ্ঠ সকলে জ্যেষ্ঠসকলৰ সেৱা লৈ আশীৰ্বাদ লয়। 

এবছু বৰমা