ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতিক

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক। ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতিক। দুলীয়াজান থানাত সোধ-পোচৰ অন্তত কৰা হয় আটক। নিশা ১২ বজাত শংকৰজ্যোতিক লৈ যোৱা হয় ডিব্ৰুগড় থানালৈ

author-image
Asomiya Pratidin
New Update
শংকৰজ্যোতি বৰুৱাক আটক

শংকৰজ্যোতি বৰুৱাক আটক

  • আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক
  • ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতিক
  • দুলীয়াজান থানাত সোধ-পোচৰ অন্তত কৰা হয় আটক
  • নিশা ১২ বজাত শংকৰজ্যোতিক লৈ যোৱা হয় ডিব্ৰুগড় থানালৈ
  • নিশাই এএমচিএইচত শংকৰজ্যোতিক কৰোৱাই স্বাস্থ্য পৰীক্ষা
  • মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ
  • দুলীয়াজানৰ এটা পে'ট্ৰল পাম্পত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা
  • মাৰপিটত আহত পে'ট্ৰল পাম্পটোৰ ৪ কৰ্মচাৰী
  • ভাইৰেল হোৱা ভিডিঅ'ত দেখা গৈছিল আছুৰ প্ৰাক্তন নেতাগৰাকীক
শংকৰজ্যোতি বৰুৱা