অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ জালিয়াতিঃ পোহৰলৈ আহিছে বিজেপি কৰ্মীৰ কাণ্ড...

সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰীক্ষণত ধৰা পৰিছে মুন স্বৰ্ণকাৰৰ জালিয়াতি। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে মুন স্বৰ্ণকাৰৰ বিৰুদ্ধে দিয়া গোচৰৰ ভিত্তিতেই পৰীক্ষা কৰিছিল বিভাগে

author-image
Asomiya Pratidin
New Update
1
  • ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ বিপদত বিজেপি কৰ্মী
  • বিজেপিৰ SC মৰ্চাৰ সভাপতি হোৱা মুন স্বৰ্ণকাৰৰ বিপদ অনিবাৰ্য 
  • সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰীক্ষণত ধৰা পৰিছে মুন স্বৰ্ণকাৰৰ জালিয়াতি
  • মুন স্বৰ্ণকাৰৰ বিৰুদ্ধে গোচৰ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ
  • গোচৰৰ ভিত্তিত চলা তদন্তত পোহৰলৈ আহে জালিয়াতি

অনুসূচিত জাতি