/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/6c370cd0-5ae9-490e-b5c9-934b0cc91fc0/pobitora.jpg)
পবিতৰা অভয়াৰণ্যত উচ্চ পদস্থ বন বিষয়াৰ উদ্ভণ্ডালি
পবিতৰাৰ ভিতৰত ছিগাৰেট খাই উদ্ভণ্ডালি সপত্নীক বিষয়াগৰাকী
বিষয়াগৰাকী হ’ল বন বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ
গাড়ীৰ বনেটত বহি সৃষ্টি কৰে হুলস্থলীয়া পৰিৱেশৰ
বনৰক্ষী, ড্রাইভাৰ, গাইডক কৰে অভব্য ব্যৱহাৰ
আয়ুক্ত পৰ্যায়ৰ আমোলাগৰাকীৰ ব্যৱহাৰক লৈ তীব্র প্রতিক্রিয়া
জীপ চাফাৰি সন্থাই দাবী কৰিছে বনমন্ত্রীৰ হস্তক্ষেপ
আমোলাগৰাকীৰ উদ্ভট কৰ্মকাণ্ডৰ কঠোৰ শাস্তিৰ দাবী ৰাইজৰ
মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্তক।