পবিতৰা অভয়াৰণ্যত উচ্চ পদস্থ বন বিষয়াৰ উদ্ভণ্ডালি

পবিতৰা অভয়াৰণ্যত উচ্চ পদস্থ বন বিষয়াৰ উদ্ভণ্ডালি
  • পবিতৰা অভয়াৰণ্যত উচ্চ পদস্থ বন বিষয়াৰ উদ্ভণ্ডালি

  • পবিতৰাৰ ভিতৰত ছিগাৰেট খাই উদ্ভণ্ডালি সপত্নীক বিষয়াগৰাকী

  • বিষয়াগৰাকী হ’ল বন বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ

  • গাড়ীৰ বনেটত বহি সৃষ্টি কৰে হুলস্থলীয়া পৰিৱেশৰ

  • বনৰক্ষী, ড্রাইভাৰ, গাইডক কৰে অভব্য ব্যৱহাৰ

  • আয়ুক্ত পৰ্যায়ৰ আমোলাগৰাকীৰ ব্যৱহাৰক লৈ তীব্র প্রতিক্রিয়া

  • জীপ চাফাৰি সন্থাই দাবী কৰিছে বনমন্ত্রীৰ হস্তক্ষেপ

  • আমোলাগৰাকীৰ উদ্ভট কৰ্মকাণ্ডৰ কঠোৰ শাস্তিৰ দাবী ৰাইজৰ

  • মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে মৰিগাঁও জিলাৰ উপায়ুক্তক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in