New Update
/asomiyapratidin/media/media_files/2026/02/23/4-2026-02-23-09-51-45.jpg)
- অসম-মিজোৰাম সীমান্তৰ ধলাই ফ্ৰেন্সনগৰৰ সংৰক্ষিত বনাঞ্চলত বনজুই
- বনাঞ্চলৰ হাৱাইথাং অঞ্চলত এই অগ্নিকাণ্ড সংঘটিত হয়
- বনাঞ্চলৰ প্ৰায় ৩ বিঘা ভূমিত অগ্নিকাণ্ড সংঘটিত হয়
- আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে জনবসতিপূৰ্ণ অঞ্চলটো
- অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে নিৰ্বাপন কৰে জুই
- কেইবালাখ টকাৰ মূল্যবান গছ-গছনি জুইত ভস্মীভূত হয়
- অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/5-2026-02-23-09-52-39.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us