/asomiyapratidin/media/media_files/2025/01/04/SsJcil8SLYLGBG94iepd.jpg)
ডিজিটেল সংবাদ,খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন বিভাগৰ অভিযান। অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগে চলায় উক্ত অভিযান ।
অভিযানকালত চালানবিহীনভাৱে বালি সৰবৰাহ কৰা দুখন বালিভৰ্তি বাহন জব্দ কৰে বন বিভাগে । বাহন দুখনৰ ভিতৰত এখন AS11 CC 0592 নম্বৰৰ ডাম্পাৰ আৰু আনখন AS085157 নম্বৰৰ এখন ট্ৰেক্টৰ।ইতিমধ্যে অবৈধ বালি সৰবৰাহক লৈ তদন্ত আৰম্ভ কৰিছে খেৰণি বন বিভাগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us