New Update
/asomiyapratidin/media/media_files/2025/10/23/sdsdas-2025-10-23-14-57-02.jpg)
- লংকাত বিদ্যুৎস্পৃ্ষ্ট হাতীৰ মৃত্যু হোৱাৰ ঘটনা
- ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকে আটক কৰিছে দুজন লোকক
- ধৃত লোক দুজন অজয় কুমাৰ ৰাজভৰ আৰু ৰাজকুমাৰ ৰাজভৰ
- পশ্চিম কাৰ্বি আংলঙৰ মাজবস্তিত ঘৰ দুয়োজনৰে
- পুৱা খাৰিখানা বিলগাঁৱত এটা পোৱালিসহ মৃত্যু হৈছিল দুটাকৈ হাতীৰ
- ধাননি পথাৰত হাতীৰ উপদ্রৱ ৰোধ কৰাৰ বাবে সংযোগ কৰিছিল বিদ্যুৎ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us