ধুবুৰীত উপস্থিত ফৰেনচিকৰ দল, দেৱাল লিখনিৰ নমুনা সংগ্ৰহ

সোমবাৰে ধুবুৰীত উপস্থিত হয় ফৰেনচিকৰ এটি দল। ধুবুৰীত দেৱাল লিখনিৰ নমুনা সংগ্ৰহ কৰে দলটোৱে। পুৱাই বঙাইগাঁৱৰ পৰা ধুবুৰীত উপস্থিত হয় দলটো । 

author-image
Asomiya Pratidin
New Update
দেৱাল লিখনিৰ নমুনা সংগ্ৰহ

দেৱাল লিখনিৰ নমুনা সংগ্ৰহ

ডিজিটেল সংবাদ, ধুবুৰীঃ সোমবাৰে ধুবুৰীত উপস্থিত হয় ফৰেনচিকৰ এটি দল। ধুবুৰীত দেৱাল লিখনিৰ নমুনা সংগ্ৰহ কৰে দলটোৱে। পুৱাই বঙাইগাঁৱৰ পৰা ধুবুৰীত উপস্থিত হয় দলটো। 

Advertisment

উল্লেখযোগ্য যে, ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ডাক বঙলাৰ কাষৰ দোকান এখনৰ বেৰত লিখনিক লৈ ধুবুৰীত সৃষ্টি হৈছিল চাঞ্চল্যৰ। এই ঘটনাৰে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা নুৰুল হক ইছলাম মানসিকভাৱে অস্থিৰ আছিল। ফৰেনচিকৰ দলটোৱে দেৱাল খনৰ ফটো নমুনা সংগ্ৰহ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ধুবুৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আনিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ধুবুৰী ফৰেনচিক