/asomiyapratidin/media/media_files/2025/11/16/whatsapp-image-2025-11-16-18-29-22.jpeg)
ডিডিটেল সংবাদ,ডিমৰীয়াঃ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত জুবিন গাৰ্গক সুঁৱৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ডিমৰীয়াৰ টোপাতলীত জুবিন গাৰ্গ নক আউট ফুটবল টুৰ্ণামেন্টৰ আয়োজন কৰা হয় ।
আনফালে, পূৱ-ডিমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই চূড়ান্ত খেলত কেইবা হাজাৰ দৰ্শক উপস্থিত থাকে।
তাৰোপৰি,তীব্ৰ প্ৰতিদণ্ডীতামূলক খেল খনত মেঘালয়ৰ লাষ্টকিং এফচি দলে চেম্পীয়নশ্বিপ খিতাপ দখল কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us