Advertisment

হাজোৰ পূব চেঁচা মুখত নৈশ ফুটবল প্ৰতিযোগিতা

বিগত কেইবা বছৰ ধৰি ভাইটি ক্লাৱে অনুষ্ঠিত কৰি আহিছে এই ফুটবল প্ৰতিযোগিতাখন। অঞ্চলটোৰ পৰা সুযোগ্য খেলুৱৈ সৃষ্টি কৰাৰ স্বাৰ্থত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ফুটবল প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
vbcbbb

ডিজিটেল সংবাদ,হাজোঃ  গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি হাজোৰ পূব চেঁচা মুখত নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। হাজোৰ পূব চেঁচা মুখত ফুটবল খেলখনক লৈ ব্যাপক উন্মোদনা পৰিলক্ষিত হয়। পূব চেঁচামুখ ভাইটি ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈছে নৈশ ফুটবল প্ৰতিযোগিতাখন।

Advertisment

প্ৰয়াত লালমহম্মদ চৌধুৰী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখন চাবলৈ উপস্থিত হয় হাজাৰ হাজাৰ দৰ্শক। প্ৰচণ্ড শীতক নেওচি অসমৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰে।বিগত কেইবা বছৰ ধৰি ভাইটি ক্লাৱে অনুষ্ঠিত কৰি আহিছে এই ফুটবল প্ৰতিযোগিতাখন। অঞ্চলটোৰ পৰা সুযোগ্য খেলুৱৈ সৃষ্টি কৰাৰ স্বাৰ্থত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ফুটবল প্ৰতিযোগিতা।

ফুটবল প্ৰতিযোগিতা