New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- সৰুপথাৰৰ উৰিয়ামঘাটত খাদ্যত বিষক্রিয়া।
- সোণাৰী সাপ্তাহিক বজাৰত চানা খাই অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী।
- বমি, পেটৰ বিষ, জ্বৰত আক্রান্ত শিক্ষাৰ্থীসকল।
- অসুস্থসকলক উৰিয়ামঘাট আদৰ্শ চিকিৎসাকলয়ত ভৰ্তি।
- সৰুপথাৰ সামূহিক চিকিৎসা্লয়, বোকাজান চিকিৎসাকলয়তো ভৰ্তি কেইবাজনো শিক্ষাৰ্থীক।
- ঘটনাক লৈ আৰক্ষীৰ তদন্ত আৰম্ভ।