নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল টেম্পু, আহত ৫ যাত্ৰী

কচুৱাৰ মাধৱপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন টেম্পু। এই দুৰ্ঘটনাত পাঁচজনকৈ যাত্ৰী আহত হয়। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পথত বাগৰিল টেম্পু, আহত ৫ যাত্ৰী

পথত বাগৰিল টেম্পু, আহত ৫ যাত্ৰী

ডিজিটেল সংবাদ, কামপুৰঃ কচুৱাৰ মাধৱপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন টেম্পু। এই দুৰ্ঘটনাত পাঁচজনকৈ যাত্ৰী আহত হয়। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Advertisment

গুৰুত্বৰভাৱে আহত যাত্ৰীসকলক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱা টেম্পুখনৰ নম্বৰ হ'ল এএছ০২-চিচি-০৬৪৮। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চালকজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

কচুৱা কামপুৰ