নিৰ্বাচনী হিংসাঃ দুৰ্বৃত্তৰ আক্রমণত আহত ৫জনকৈ বিজেপি কৰ্মী

মৰিয়নিৰ মূলাগাভৰু পঞ্চায়তত নিৰ্বাচনী হিংসা। দুৰ্বৃত্তৰ আক্রমণত আহত ৫জনকৈ বিজেপি কৰ্মী। মূলাগাভৰু পঞ্চায়তৰ বিজয়পুৰত সংঘটিত এই ঘটনা। পথত আগচি মাৰপিট কৰে সুৰামত্ত তিনিজন লোকে।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

দুৰ্বৃত্তৰ আক্রমণত আহত ৫জনকৈ বিজেপি কৰ্মী

  • মৰিয়নিৰ মূলাগাভৰু পঞ্চায়তত নিৰ্বাচনী হিংসা
  • দুৰ্বৃত্তৰ আক্রমণত আহত ৫জনকৈ বিজেপি কৰ্মী
  • মূলাগাভৰু পঞ্চায়তৰ বিজয়পুৰত সংঘটিত এই ঘটনা
  • দুৰ্বৃত্তৰ আক্রমণত আহত মইনা বনিয়া, ৰাতুল বনিয়া
  • আহত যমুনা বনিয়া, সাধন বনিয়া, নয়নতৰা বনিয়া
  • এগৰাকী আঞ্চলিক পঞ্চায়তৰ প্রাৰ্থীৰ ঘৰৰ পৰা উভতি অহা পথত এই ঘটনা
  • পথত আগচি মাৰপিট কৰে সুৰামত্ত তিনিজন লোকে
  • গুৰুতৰভাৱে আঘাতপ্রাপ্ত কেইজনক চিকিৎসায়লয়ত ভৰ্তি
মৰিয়নি পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত