/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ee5c7c3c-4938-41f1-b849-d8f86f134a2c/adani.jpg)
গৌতম আদানি
ডিজিটেল ডেস্কঃ ভাৰতৰ ধনাঢ্য ব্যক্তি গৌতম আদানিৰ জাহাজ বন্দৰ প্ৰকল্প নিৰ্মাণত বাধা একাংশ মাছৰীয়াৰ। আদানিৰ ভিজিঞ্জাম বন্দৰৰ মুখ্যদ্বাৰত একাংশ মাছমৰীয়াই সকলে প্ৰতিবাদ কৰে।
জানিব পৰা মতে খ্ৰীষ্টান ধৰ্মালম্বী একাংশ মাছমৰীয়াই আদানিৰ নিৰ্মিয়মান প্ৰকল্পটোৰ কাম -কাজত বাধা আৰোপ কৰে। যাৰ ফলত নিৰ্মাণ কাৰ্য স্থগিত ৰাখিবলগীয়া হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰী সকলে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদী কাৰ্যসূচী চলাই যোৱাৰ কথা উল্লেখ কৰে।
অন্যহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক প্ৰতিবাদ বন্ধ কৰিবলৈ কয় কিন্তু প্ৰতিবাদকাৰী সকলে আৰক্ষীক প্ৰতিবাদী কাৰ্যসূচী অৱ্যহত ৰখাৰ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰে।
আৰু পঢ়কঃ ঐতিহাসিক বিজয় ! চৌদি আৰৱত বিজয় উৎসৱ, ৰাজহুৱা বন্ধ পালন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us