New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/chandrayaan-1st-pic-Untitled-2.jpg)
- চন্দ্ৰযান-২ই প্ৰেৰণ কৰিলে প্ৰথমখন চন্দ্ৰৰ ফটো।
- চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমে তোলে এই ফটোখন।
- চন্দ্ৰৰ ভূপৃষ্ঠৰ পৰা প্ৰায় ২৬৫০ কিঃমিঃৰ ওপৰৰ পৰা তোলে এইখন ফটো।
- চন্দ্ৰৰ ফটোখনত দেখিবলৈ পোৱা গৈছে মেৰ অৰিয়েন্টেল বেছিন আৰু এপ'ল' ক্ৰেটাৰ।
- ২১ আগষ্টত, ২০১৯ত তোলা হৈছিল এই ফটোখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us