Advertisment

প্ৰথম বাৰ্ষিক সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ লটাৰী ৩ ফেব্ৰুৱাৰীৰ পুৱা ১০.৩০ বজাত দিশপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জনায় । সেয়ে নিৰ্ধাৰিত সময়ত সকলো দলৰ অধিনায়কসকলক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে সভাপতি ৰমেন  কলিতা আৰু সম্পাদক কমলেশ বৰ্মনে।

author-image
Asomiya Pratidin
New Update
প্ৰথম বাৰ্ষিক সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

প্ৰথম বাৰ্ষিক সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

ডিজিটেল ডেস্ক : অহা ৫ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ জনতা ফিল্ডত অনুষ্ঠিত হ'ব প্ৰথম বাৰ্ষিক সদৌ অসম মিডিয়া টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। ল’ৰা-ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনি। 

Advertisment

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ লটাৰী ৩ ফেব্ৰুৱাৰীৰ পুৱা ১০.৩০ বজাত দিশপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জনায় । সেয়ে নিৰ্ধাৰিত সময়ত সকলো দলৰ অধিনায়কসকলক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে সভাপতি ৰমেন  কলিতা আৰু সম্পাদক কমলেশ বৰ্মনে।

ইয়াৰ উপৰি দলৰ অধিনায়কসকলে টীম লিষ্ট আৰু খেলুৱৈসকলৰ পৰিচয় পত্ৰসহ ফটো কঁপি লগত লৈ যাবলৈ আহ্বান জনাইছে।

cricket