বৰপেটাৰ ১নং বাঘমাৰাচৰত অগ্নিকাণ্ড

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহটো। অগ্নিকাণ্ডত ক্ষতি হয় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • বৰপেটাৰ ১নং বাঘমাৰাচৰত অগ্নিকাণ্ড।
  • গাঁওখনৰ মীৰ কাশেমৰ ঘৰত অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহটো।
  • অগ্নিকাণ্ডত ক্ষতি হয় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী।
  • বিদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিতৰ সন্দেহ।
  • স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপন হয় জুই।
বৰপেটা