/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/143faa28-88f8-41d5-946d-3b4481e4ba9a/bus.jpg)
fire on the bus
-
কামৰূপ জিলাৰ বকোত দেওবাৰে যাত্ৰীবাহী বাছ এখনত জুই।
-
গুৱাহাটীৰ পৰা ছমৰীয়া অভিমুখে গৈ থকা ' চিমি' নামৰ বাছখনত জুই।
-
বকো বাছ আস্থানত জুই লগাৰ লগে লগে বাছখনৰ ভিতৰৰ থকা যাত্ৰী সকলৰ মাজত হুৱাদুৱা লাগে ।
-
অৱশ্যে যাত্ৰী সকলে বাছখনৰ পৰা নিৰাপদে নামি যাবলৈ সক্ষম হয় ।
-
বাছ খনৰ সকলো লোক নিৰাপদে আছে।