Advertisment

জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাট হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।ঘটনাৰ ফলত কথমপি ৰক্ষা পৰে জামুগুৰিহাট কেন্দ্ৰস্থলৰ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত সংঘটিত এক অগ্নিকাণ্ডই অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । অঞ্চলটোৰ মাঁ দুৰ্গা মিষ্টান ভাণ্ডাৰ নামৰ হোটেলখনত দেওবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড৷

Advertisment

উল্লেখযোগ্য যে চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাট হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।ঘটনাৰ ফলত কথমপি ৰক্ষা পৰে জামুগুৰিহাট কেন্দ্ৰস্থলৰ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ৷

ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ হোটেলখনত থকা ৫ টাৰো অধিক চিলিণ্ডাৰ জব্দ কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে৷

অগ্নিকাণ্ড জামুগুৰিহাট