অগ্নিকাণ্ডৰ ফলত লাগিল হুৱাদুৱা, অচেতন হৈ পৰিল প্ৰধান শিক্ষয়িত্ৰী

মৰিগাঁও জিলাৰ পিএম শ্ৰীনিজ শিলপুখুৰী প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়। বিদ্যালয়ত থকা ইনভাটাৰ আৰু চ'লাৰ চিষ্টেমত হোৱা বিজুটিৰ ফলত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
new ap web 2 (17)

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও জিলাৰ পিএম শ্ৰীনিজ শিলপুখুৰী প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হয়। বিদ্যালয়ত থকা ইনভাটাৰ আৰু চ'লাৰ চিষ্টেমত হোৱা বিজুটিৰ ফলত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। 

অগ্নিকাণ্ডৰ পাছতে হুৱাদুৱা লাগে বিদ্যালয়ত। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মৰ্জিনা চৌধুৰী অচেতন হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নির্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

মৰিগাঁও