মহানগৰীত পুনৰ সংঘটিত হৈছে অগ্নিকাণ্ড...

মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
  • মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।

  • পাণ্ডুৰ ৪নং কলনীত এই অগ্নিকাণ্ড।

  • প্রায় ৮টাকৈ গৃহ ভস্মীভূত অগ্নিকাণ্ডত।

  • অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ ৪টাকৈ চিলিণ্ডাৰ।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ দল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in