New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-1.jpg)
মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
মহানগৰীৰ পাণ্ডুত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।
পাণ্ডুৰ ৪নং কলনীত এই অগ্নিকাণ্ড।
প্রায় ৮টাকৈ গৃহ ভস্মীভূত অগ্নিকাণ্ডত।
অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ ৪টাকৈ চিলিণ্ডাৰ।
ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ দল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us