New Update
/asomiyapratidin/media/media_files/2025/04/21/0HJvGhnQrCaeIQR093HZ.jpg)
ভয়ংকৰ অগ্নিকাণ্ড
- নিশা লংকাত ভয়ংকৰ অগ্নিকাণ্ড
- অগ্নিকাণ্ডত ভস্মীভূত ৩ খনকৈ দোকান
- লংকাৰ শ্বিলং ৰোডত সংঘটিত এই অগ্নিকাণ্ড
- অগ্নিকাণ্ডত প্রায় ৫৫ লাখ টকাৰ সা-সামগ্রীৰ ক্ষয়-ক্ষতি
- শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
- ৩ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপণ
- কথমপি ৰক্ষা পৰিল কাষৰ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us