New Update
/asomiyapratidin/media/media_files/2025/09/18/breaking-news-2025-09-18-15-30-47.jpg)
- মহানগৰীৰ ফাঁচীবজাৰত বিধ্বংসী অগ্নিকাণ্ড।
- অগ্নিকাণ্ডৰ ফলত শ্বাসৰুদ্ধ হৈ এজন লোকৰ মৃত্যু।
- ফাঁচীবজাৰৰ এছ এছ ৰোডৰ চাইবাৰ মাৰ্টত সংঘটিত এই অগ্নিকাণ্ড।
- ব্যৱসায়ীক প্রতিষ্ঠানখনৰ ভিতৰত আবদ্ধ ৪জন লোক।
- গুৰুতৰভাৱে আঘাতপ্রাপ্ত লোককেইজনক উদ্ধাৰ।
- ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপণৰ চেষ্টা।
- শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সূত্রপাতৰ সন্দেহ।