বামুন্দী শ্ৰীনগৰত চলন্ত গাড়ীত জুই

ৰাজপথত ওলমি থকা তাঁৰত লাগি জ্বলি উঠে খেৰভৰ্তি ট্ৰেক্টৰ। জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে ট্ৰেক্টৰখনক

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • হাজোৰ বামুন্দী শ্ৰীনগৰত চলন্ত গাড়ীত জুই।
  • অঞ্চলজুৰি আতংকময় পৰিবেশ বিৰাজ। 
  • চলন্ত খেৰৰ গাড়ীত হঠাৎ লাগে জুই।
  • খেতিপথাৰৰ পৰা ধানখেৰ গৃহস্থৰ বাসগৃহলৈ অনা পথত অগ্নিকাণ্ড । 
  • ৰাজপথত ওলমি থকা তাঁৰত লাগি জ্বলি উঠে খেৰভৰ্তি ট্ৰেক্টৰ।
  • জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে ট্ৰেক্টৰখনক।
  • শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হয়।
  • শুৱালকুছি শক্তি বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে ব্যৱহাৰৰ অনুপোযোগী তাঁৰসমূহ আঁতৰাই ওখকৈ নতুন তাঁৰ লগাবলৈ দাবী কৰে স্থানীয় ৰাইজৰ।
হাজো